Congress Press Meet : অসমত এতিয়া অঘোষিত জৰুৰকালীন অৱস্থা : মনোজ চৌহান
গুৱাহাটী, ২৭ মাৰ্চ, ২০২৫ : অসমত এতিয়া অঘোষিত জৰুৰকালীন অৱস্থা চলিছে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma) সাংবিধানিক অধিকাৰ ভৰিৰে মোহাৰি সাংবাদিক-সাংসদকে ধৰি সকলোকে আৰক্ষীৰ দ্বাৰা নিৰ্যাতন চলাইছে৷ এই নিৰ্যাতন বন্ধ কৰিবৰ বাবে কংগ্ৰেছ দলে জনতাৰ ওচৰলৈ সংগ্ৰাম …