পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ তামাৰহাটত: পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰৰ পুত্তলিকা দাহ
ধুবুৰী, সংবাদ ৩৬৫, ৬ ছেপ্টেম্বৰ: ধুবুৰী জিলাৰ তামাৰহাটৰ হাতীধুৰা বজাৰত গোসাইগাঁও সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি মইদুল ইছলাম আৰু গোঁসাইগাঁও সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ছাদ্দাম হুছেইন প্ৰধানীৰ উপস্থিতিত প্ৰয়োজনীয় সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ অত্যাধিক মূল্য …