বালাৰচৰ বজাৰত কম্পিউটাৰ সহ দুই লক্ষাধিক টকাৰ সামগ্ৰী লুটপাট
বঙাইগাঁও, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাৰচৰ বজাৰত শনিবাৰে নিশা চোৰে লুটি নিলে প্ৰায় দুই লক্ষাধিক টকাৰ সা-সামগ্ৰী। জানিব পৰা মতে আব্দুল আওৱাল আহমেদ নামৰ ব্যাৱসায়ী এজনৰ দোকানৰ পৰা শনিবাৰে নিশা চোৰে টিনৰ বেৰ কাটি …