এন আৰ চিক কেন্দ্ৰ কৰি শংকিত নহয় তেজপুৰৰ ১৫৩ জনীয়া সদস্যৰ এটা পৰিয়াল
তেজপুৰ, সংবাদ ৩৬৫, ১ আগষ্টঃ শোনিতপুৰ জিলাৰ এখন গাওঁ যত এটা পৰিয়ালৰ সংখ্যা ১৫৩ জন৷ পৰিয৷লৰ সকোলো সদস্যই মিলি হৈছে এখন গাওঁ৷ তেজপুৰ চহৰৰ পৰা কিছু নিলগত অৱস্তিত গাওঁখন৷ জনাৱ মুনচিপ আলি ১৯১৭ চনত তেজপুৰলৈ আহি দোলাবাৰীত থাকিবলৈ লয় আৰু …