জলেশ্বৰত পীৰ চাহাবৰ উপস্হিতিত জাতীয় দলিলৰ শুভাৰম্ভ কৰি গৌৰান্বিত বিধায়ক চাহাব উদ্দিন আহমেদ: দ্বিতীয় খন খচৰাত বানানৰ ব্যাপক ভূল
জলেশ্বৰ, সংবাদ ৩৬৫, ৩০ জুলাই:গভীৰ উৎকণ্ঠা আৰু উদ্দীপনাৰ অন্তত সোমাবাৰে নিৰ্ধাৰিত সময়ত প্ৰকাশ পালে অসমবাসীৰ জাতীয় দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চুড়ান্ত খচৰা l লক্ষীপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাটাৰীহাৰা এন আৰ চি সেৱা কেন্দ্ৰত আজি পুৱাৰ ভাগতেই উপস্হিত হয় পীৰে কামিল চাহ …