National Weath Lifting : ৰাষ্ট্ৰীয় ভাৰোত্তোলনত অসমৰ আন্তৰ্জাতিক খেলুৱৈ সিদ্ধান্ত গগৈৰ সোণ
নিউজ ডেস্ক, ৯ অক্টোবৰ, ২০২৪ : শাৰদীয় দূৰ্গা পূজাৰ (Durga Puja) মহাষষ্ঠীৰ দিনাই অসমৰ ক্ৰীড়াক্ষেত্ৰলৈ আনন্দৰ খবৰ৷ অসমৰ প্ৰতিভাবান আন্তৰ্জাতিক ভাৰোত্তোলক সিদ্ধান্ত গগৈয়ে হিমাচল প্ৰদেশত চলি থকা আই ডব্লিউ এল এফ জুনিয়ৰ, যুৱ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপত সোণৰ পদক …