Srimanta Sankardev Sangha : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বঙাইগাঁও জিলা শাখাৰ ৪০ সংখ্যক দ্বিতীয় বাৰ্ষিক অধিৱেশন
বঙাইগাঁও, ২৬ জানুৱাৰী, ২০২৫ : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পশ্চিম অসমৰ মাতৃ জিলা বঙাইগাঁও (Bongaigaon) জিলা শাখাৰ ৪০ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনখন দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে জিলা নামঘৰ আৰু কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। শনিবাৰে ৰাতিপুৱা পাঁচ বজাত বঙাইগাঁও জিলা সেৱা বাহিনীৰ দ্বাৰা …