অপশক্তিক প্ৰতিহাৰ কৰি শান্তি সম্প্ৰীতি বজাই ৰখাৰ আহ্বান সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুলাই: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পুৰ্ণাংগ খচৰা প্ৰকাশ পাবলৈ মাজত মাত্ৰ এটা দিন। ৰবিবাৰে গুৱাহাটীত এক সংবাদমেল অনুষ্ঠিত কৰি সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে ৰাজ্যবাসীকআহ্বান জনায় যে ৩০ জুলাই তাৰিখে দিনৰ ১২ বজাত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ …

নৱ প্ৰজন্মক ছচিয়েল মিডিয়া এৰি “জ্ঞানশালী” পুথিভঁড়াললৈ আহ্বান বিজনীৰ নিৰ্বাচনী বিষয়া লুকুমনি বৰাৰ

চিৰাঙ, সংবাদ ৩৬৫, ২৮ জুলাইঃ ’গ্ৰন্থৰ পৰা আমি জ্ঞান পাওঁ, সেই জ্ঞানেই আমাৰ সম্পদ’ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি চিৰাং জিলাৰ বিজনী বড়োবাজাৰত শনিবাৰে “জ্ঞানশালী” নামাকৰণেৰে এটি ৰাজহুৱা পুথিভঁৰাল আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। স্থানীয় ৰাইজৰ প্ৰচেষ্টাত আৰু অসম খনিজ সম্পদ উন্নয়ন …

ৰঙিয়াত ৰেলৰ আগত পৰি আত্মহত্যাৰ চেষ্টা ডেৰ বছৰীয়া কনমানি সহ মাতৃৰ

ৰঙিয়া, সংবাদ ৩৬৫,২৮জুলাইঃ ৰঙিয়া ৰেল ষ্টেচনৰ সমীপত ৰঙিয়া-ৰঙাপাৰা ৰেল লাইনত ৰঙিয়া-ডেকাৰগাঁৱ যাত্ৰীবাহী পেচেঞ্জাৰ ৰেলৰ আগত পৰি আত্মহত্যাৰ চেষ্টা চলাই কনমানি ডেৰ বছৰীয়া শিশুসহ এগৰাকী মহিলাই। ৰঙিয়া-ডেকাৰগাঁৱ ৰেলখন ৰেল পথত ৰৈ যোৱাত ৰেলৰ তলৰ পৰা উলিয়াই আনি চালক সহ যাত্ৰী সকলৰ …

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত চৰাইদেউ জিলা প্ৰশাসনৰ মুকলি সজাগতা সভা

চৰাইদেউ, সংবাদ ৩৬৫,২৮জুলাইঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ সন্দৰ্ভত চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত শনিবাৰে এখন মুকলি সজাগতা সভা অনুষ্ঠিত হয়। চৰাইদেউ জিলা উপায়ুক্ত বিবেকানন্দ ফুকন, অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস, প্ৰণবজ্যোতি বৰা, খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোঁহাইৰ লগতে …

জনীয়াৰ বাংলীপাৰাত অলৌকিক ঘটনাঃ গছৰ মূৰাত ওলাইছে মৃত ব্যক্তিৰ নাম, গছৰ মূৰা  কিনা ব্যক্তিৰ পৰিয়ালৰ চাৰি জনক ধৰিলে ভূতে

বৰপেটা, সংবাদ ৩৬৫,২৮জুলাইঃ বৰপেটা জিলাৰ জনীয়াৰ বাংলীপাৰা গাঁৱত ২০ বছৰ পূৰ্বৰ মৃত ব্যক্তিৰ নাম ওলোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পোৱা মতে, কাটি থোৱা গছৰ মূৰা এটাত মুকবুল নামৰ ব্যক্তি এগৰাকীৰ নাম ওলাইছে। আজিৰ পৰা ৩৫ বছৰ …

কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা হৰিশ ৰাৱাটৰ

গুৱাহাটী, সংবাদ ৩৬৫,২৮জুলাইঃ অসম প্রদেশ কংগ্ৰেছ কমিটীৰ নতুন তত্ত্বাবধায়কৰূপে নিযুক্তি লাভ কৰা উত্তৰাখণ্ডৰ প্রাক্তন মুখ্যমন্ত্রী হৰিশ ৰাৱাট শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলত কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে। হৰিশ ৰাৱাটে অভিযোগ উত্থাপন কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে ৰালেফ …

নটৰাজ নৃত্য, অভিনয় কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ সামৰণি

বাক্সা, সংবাদ ৩৬৫,২৮জুলাই:বাক্সাৰ সুৱাগপুৰত নটৰাজ নৃত্য, অভিনয় কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা নটৰাজ নৃত্য,অভিনয়,ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰৰ গ্ৰীষ্মকালীন নৃত্য কৰ্মশালাৰ যোৱা ২৭ জুলাইত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসুচীৰ সামৰণি পৰে ৷ উক্ত কৰ্মশালাত সুৱাগপুৰ অঞ্চলৰ শতাধিক কন কন শিশু অংশ গ্ৰহণ কৰে আৰু প্ৰতিগৰাকী …

অসমবাসীয়ে হয়তো শতিকাৰ আটাইতকৈ দীৰ্ঘতম চন্দ্ৰগ্ৰহন উপভোগ কৰিব নোৱাৰিব পাৰে

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জুলাই: আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি একবিংশ শতিকাৰ আটাইতকৈ দীৰ্ঘতম চন্দ্ৰগ্ৰহন উপভোগ কৰিব নোৱাৰিব পাৰে অসমবাসীয়ে। ২৪ ঘন্টাত ৰাজ্যৰ আকাশ ডাৱৰীয়া হৈ থকাৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ অহাৰ সম্ভাৱনা। ”নাচা”ই মত প্ৰকাশ …

পাঠশালা সৰ্থেবাৰী পথ নিৰ্মানৰ দাবীত ধৰ্ণাঃ ডনাৰৰ অনুমোদিত প্ৰকল্প নাকচৰ সিদ্ধান্তক ধিক্কাৰ

পাঠশালা, সংবাদ ৩৬৫, ২৭ জুলাইঃ পৰিৱৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰখনে নিৰ্বাচনৰ পূৰ্বে হাজাৰটা প্ৰতিশ্ৰুতি দিছিল যদিও সকলোবোৰ প্ৰতিশ্ৰুতি বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হৈছে। বছৰ বছৰ ধৰি মেৰামতিৰ অভাৱত জহি খহি যোৱা পাঠশালা সৰ্থেবাৰী পথটো মেৰামতিৰ দাবীত পুনৰ মেৰামতিৰ পৰা বঞ্চিত …

দিছপুৰ কপালে প্ৰতিবন্ধী সকলে

গুৱাহাটী, সংবাদ ৩৬৫, ২৭ জুলাইঃ শুক্ৰবাৰে ৰাজধানী দিছপুৰ কঁপাই তোলে শতাধিক প্ৰতিবন্ধী লোকে। বিজেপি চৰকাৰ মূর্দাবাদ, সৰ্বানন্দ সোনোৱাল মূর্দাবাদ, আমাৰ দাবী মানিব লাগিব আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবন্ধী প্ৰতিবাদীসকলে। ৰাজ্যৰ প্ৰতিবন্ধী লোকসকলে তেওঁলোকৰ বিভিন্ন সামাজিক আৰু অৰ্থনৈতিক দাবী …