কলগাছিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ: ৰাজপথত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন প্ৰতিবাদকাৰীৰ
কলগাছিয়া, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ: কলগাছিয়াৰ পৰা বালিকুৰী হৈ ময়নবড়ীলৈ যোৱা গড়কাপ্তানি পথ মেৰামতিৰ দাবীত বুধবাৰে কলগাছিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পথ অৱৰোধ কৰি বিধায়ক আব্দুল খালেক, গড়কাপ্তানি বিভাগ, আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰাৰ …