দেশৰ সুৰক্ষাৰ বাবে নিয়োজিত সেনা এইবাৰ সোন চুৰি কাণ্ডত জৰিত
শোণিতপুৰ, সংবাদ ৩৬৫, ২০ জুলাই: সেনা বাহিনীৰ বিষয়া সোণ ব্যৱসায়ৰ লগত জৰিত হোৱা ঘটনা পোহৰলৈ আহিল শোনিতপুৰ জিলাৰ অসম ৰাইফলচৰ জনৈক কুলি নামৰ কৰ্ণেলৰ জনৰ ওপৰত । এই তথ্য প্ৰকাশ কৰিছে শোনিতপুৰ আৰক্ষীৰ জালত পৰা সোণ ব্যৱসায়ী মিণ্টু আহমেদে । …