কাকপথাৰৰ লাজুম পথাৰ গাৱত এগৰাকী মহিলাৰ মৃত্যুক লৈ তীব্ৰ।উত্তেজনা: প্ৰতিবাদী সমদলেৰে টঙনা থানা ঘেৰাও
কাকপথাৰৰ পৰা ভাস্কৰ জ্যোতি ভূঞা, সংবাদ৩৬৫, ১৬ আগষ্ট: তিনিচুকীয়া জিলাৰ টঙনা অাৰক্ষী থানাৰ অন্তৰ্গত লাজুম পথাৰ গাৱত যোৱা ৮ অাগষ্টত মিনু গগৈ বৰুৱা নামৰ মহিলা এগৰাকীৰ ৰহস্য জনক মৃত্যুয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মিনু গগৈ বৰুৱাৰ স্বামীৰ পৰিয়ালৰ লোকৰ মানসিক …