চিৰাঙত আল্লাৰ শৰণাপন্ন কণ কণ ছাত্ৰ ছাত্ৰীৰ: আই নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ আল্লাক প্ৰাৰ্থনা
চিৰাঙ, সংবাদ ৩৬৫, ২১ আগষ্ট: চিৰাঙৰ মাদুলিপৰা প্ৰাথমিক বিদ্যালয়, ওদালগুৰি এম ই মাদ্ৰাছা আৰু ওদালগুৰি প্ৰাথমিক বিদ্যালয় সম্প্ৰতি আই নদীৰ গৰাখহনীয়াৰ কৱলত। যিকোনো মুহূৰ্ততে বিলীন হোৱাৰ পথত এই বিদ্যালয় কেইখন। নিজৰ বিদ্যালয় কেইখনক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ সোমবাৰে মাদুলিপৰা প্ৰাথমিক …