Football : এফ চি গোৱাৰ বিৰুদ্ধে সাৱধানে নামিব নৰ্থ ইষ্ট ইউনাইটেড
নিউজ ডেস্ক ৩ অক্টোবৰ, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত (ISL) কাইলৈ এফ চি গোৱাৰ বিৰুদ্ধে ফাটুৰ্ডাৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত চতুৰ্থখন মেচত অৱতীৰ্ণ হ’ব৷ ইতিমধ্যে তিনিখন মেচত জয়, পৰাজয় আৰু ড্ৰ খেলা নৰ্থ ইষ্ট …