Magh Bihu : মাঘ বিহুৰ সময়ত প্ৰতিদিনে ২ লাখ লিটাৰ গাখীৰ বিক্ৰীৰ অভিলেখ পূৰবী ডেইৰীৰ
গুৱাহাটী, ১৮ জানুৱাৰী, ২০২৫ : অসমীয়াৰ হেঁপাহৰ মাঘ বিহুৰ এই উৎসৱমুখৰ বতৰত প্ৰতিদিনে ২ লাখ লিটাৰ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী বিক্ৰীৰে এক অভিনৱ সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ জনপ্ৰিয় ব্ৰেণ্ড পূৰবী ডেইৰীয়ে (Purabi Dairy)। লক্ষ্যণীয় যে, পূৰবী ডেইৰীয়ে অৰ্জন …