Melodic Minds : সুগভীৰ প্ৰভাৱ বিস্তাৰ কৰি গুৱাহাটীত সামৰণি পৰিল অনুভূতি গোস্বামীৰ মেলোডিক মাইণ্ডছৰ যাত্ৰা
গুৱাহাটী, ২৬ ছেপ্টেম্বৰ, ২০২৪ : সংগীত চিকিৎসা আৰু শাব্দিক নিৰাময়ৰ জৰিয়তে মানসিক সুস্থতাৰ প্ৰতি নিজৰ অনন্য দৃষ্টিভংগীৰে দৰ্শকসকলক মোহিত কৰা প্ৰশংসিত মিউজিক থেৰাপিষ্ট (Music Therapist) অনুভূতি গোস্বামীয়ে অলপতে গুৱাহাটীত তেওঁৰ মেলোডিক মাইণ্ডছৰ যাত্ৰাৰ সফল সামৰণি মাৰে। দক্ষ বহু-বাদ্যযন্ত্ৰবাদক আৰু শাব্দিক …