Featival : উৎসৱৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা কেইখনমান হোলী বিশেষ ৰে’লৰ পৰিচালন
নিউজ ডেস্ক, ৭ মাৰ্চ, ২০২৫ : হোলীৰ (Holi) উৎসৱৰ বতৰত বৰ্ধিত যাত্ৰীৰ চাহিদা পূৰণ কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ৮ যোৰা বিশেষ ৰে’ল পৰিচালনা কৰা হ’ব। এই বিশেষ ৰে’লসমূহ নাৰেংগী-গোৰখপুৰ জংচন-নাৰেংগী, কাটিহাৰ-অমৃতসৰ-কাটিহাৰ, কামাখ্যা-আনন্দ বিহাৰ টাৰ্মিনেল-কামাখ্যা, ডিব্ৰুগড়-নিউ জলপাইগুড়ী-ডিব্ৰুগড়, নিউ …