ঘৰুৱা কন্দলৰ বাবে পত্নীক হানি খুচি হত্যা : ছুৰীকাঘাত কৰি আত্মহত্যাৰ চেষ্টা স্বামীৰ : সংকটজনক অৱস্থাত গোৱালপাৰালৈ প্ৰেৰণ
হাটশিঙিমাৰী, সংবাদ ৩৬৫, ৩০ জুলাই: ঘৰুৱা কন্দলক কেন্দ্ৰ কৰি মানকাচৰৰ ঝাউদাঙ্গাত সোমবাৰে পুৱতি নিশা এক ভয়াবহ ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য অনুসৰি উক্ত গাঁৱৰ আনছাৰ আলি মণ্ডলৰ জীয়েক লাইলি বেগম (২৬) তেওঁৰ স্বামী আফজাল হক (৩২) ছুৰীৰে হানি খুচি হত্যা …