জনীয়াৰ বাংলীপাৰাত অলৌকিক ঘটনাঃ গছৰ মূৰাত ওলাইছে মৃত ব্যক্তিৰ নাম, গছৰ মূৰা কিনা ব্যক্তিৰ পৰিয়ালৰ চাৰি জনক ধৰিলে ভূতে
বৰপেটা, সংবাদ ৩৬৫,২৮জুলাইঃ বৰপেটা জিলাৰ জনীয়াৰ বাংলীপাৰা গাঁৱত ২০ বছৰ পূৰ্বৰ মৃত ব্যক্তিৰ নাম ওলোৱাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পোৱা মতে, কাটি থোৱা গছৰ মূৰা এটাত মুকবুল নামৰ ব্যক্তি এগৰাকীৰ নাম ওলাইছে। আজিৰ পৰা ৩৫ বছৰ …