বিয়াৰ প্রলোভনেৰে কিশোৰীক বিক্রীৰ চেষ্টা কৰা যুৱকক ৰাইজৰ উত্তম- মাধ্যম

খাৰুপেটিয়াৰ পৰা আবুল হাছেম, সংবাদ ৩৬৫, ১৮ জুনঃ দৰং আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ওৰাং থানাৰ অন্তৰ্গত কছাৰীভেটিটোপ গাৱঁৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীক বিয়াৰ প্রলোভনেৰে বিক্ৰী কৰিবলৈ চেষ্টা কৰোতে ৰাইজৰ হাতত আটক হ’ল এজন যুৱক। ওদালগুৰি জিলাৰ ৰৌতা থানাৰ অন্তৰ্গত বাগানবস্থি গাৱঁৰ …

নগাঁৱৰ কামপুৰ বজাৰত ভয়ানক অগ্নিকাণ্ড

নগাঁও, সংবাদ ৩৬৫, ১৮ জুনঃ নগাঁও জিলাৰ কামপুৰ বজাৰত দেওবাৰে নিশা সংঘটিত হোৱা এক ভয়ানক অগ্নিকাণ্ডত বজাৰখনত থকা পাঁচখনকৈ ব্যৱসায়ী প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভষ্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত বজাৰখনত থকা দুখনকৈ হোটেল, এখন কাপোৰৰ দোকান, এখন দৰ্জিৰ দোকান আৰু এখন ষ্টেচনাৰী দোকান …

মৰাণৰ খুমতাই চাহ বাগিচাত সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন

মৰাণ, সংবাদ ৩৬৫, ১৭ জুনঃ চৰাইদেও জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণ’ৰ খুমতাই চাহ বাগিচাত দেওবাৰে খুমতাই হিন্দু যুৱ বিকাশ মঞ্চই এক অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানৰ সভাপতিত্ব কৰে ৰাজ এনজিয়ে আৰু উদ্দেশ্যে বাখ্যা কৰে চুমিত তাঁতীয়ে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি …

নাগালেণ্ডৰ ম’ন জিলাৰ আবৈত এন এছ চি এন খাপলাংৰ ভয়ংকৰ এম্বুশত আছাম ৰাইফলছৰ ৪ জোৱান নিহত

নাগালেণ্ড, সংবাদ ৩৬৫, ১৭ জুনঃ নাগালেণ্ডৰ ম’ন জিলাৰ আবৈত দেওবাৰে নিষিদ্ধ ঘোষিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাংৰ ভয়ংকৰ এম্বুশত আছাম ৰাইফলছ আৰু নগা টেৰিটৰিয়েল আৰ্মীৰ ৪ জনকৈ জোৱান নিহত হয়। ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে আছাম ৰাইফলছ আৰু …

ধুবুৰীত এখন বিয়াক লৈ চাঞ্চল্য : মন্দিৰত আবদ্ধ দাম্পত্তিক উদ্ধাৰ কৰিলে আৰক্ষীয়ে

ধুবুৰী, সংবাদ ৩৬৫, ১৭ জুনঃ ধুবুৰীত এখন বিয়াত কেন্দ্ৰ কৰি সৃষ্টি হয় চঞ্চল্যৰ। দাম্পত্তিক মন্দিৰৰ পৰা উদ্ধাৰ কৰি আনি বিপাঙত পৰিছে ধুবুৰী আৰক্ষী। পিংকি সিং আৰু আন্না বৰ্মন নামৰ দুগৰাকী সমকামী যুৱতীক মন্দিৰৰ পৰা উদ্ধাৰ কৰি বিপাঙত পৰিছে ধুবুৰী আৰক্ষী। ধুবুৰী …

নাজিৰাৰ বাঁহগঢ়াত বিনামুলীয়া চকু পৰীক্ষা শিৱিৰ

শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১৭ জুনঃ শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ বাঁহগঢ়া নাট্য মন্দিৰত বাঁহগঢ়া যুৱসমাজ আৰু বাঁহগঢ়া আঞ্চলিক মহিলা সমিতিৰ উদ্যোগত শিৱসাগৰ আইকেয়াৰ চিকিৎসালয়ৰ সহযোগত এটি বিনামুলীয়া চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয়। নাজিৰা মহকুমাৰ তথ্য আৰু জন সংযোগ …

লাডেনৰ আক্ৰমণত নিহত হ’ল ত্ৰিশ জনৰো অধিক

দুধনৈ, সংবাদ ৩৬৫, ১৭ জুনঃ গোৱালপাৰা জিলাত এই পৰ্যন্ত ত্ৰিশ জনৰো অধিক লোকে প্ৰাণ হেৰুৱালে লাডেনৰ আক্ৰমণত। দেওবাৰে পুৱতি নিশা লাডেনৰ আক্ৰমণত জিলাখনৰ দুধনৈৰ সাৰাপাৰা ফুলগুৰিত তিলোত্তমা নাথ নামৰ এগৰাকী মহিলা পুনৰ নিহত হয়। উল্লেখ্য যে গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত বিগত …

ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা আৰক্ষী উপ-পৰিদৰ্শকৰ

দুধনৈ, সংবাদ ৩৬৫, ১৭ জুনঃ গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাত নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই এজন আৰক্ষী উপ-পৰিদৰ্শকে আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ দুধনৈ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক উপেন্দ্ৰ নাথ তালুকদাৰে নিজৰ ছাৰ্ভিচ পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে। দেওবাৰে …

এসময়ৰ অপৰাধীৰ ঠিকনালৈ আজি দিব্যপুষ্প পদুমে জনায় স্বাগতম

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জুনঃ এসময়ত অপৰাধীৰ একমাত্ৰ ঠিকনা থকা ঠাইখনলৈ আজি স্বাগতম জনায় দিব্যপুষ্প পদুমে। বিভিন্ন অপৰাধৰ লগত জড়িত লোক সকলক এসময়ত তেওঁলোকৰ অপৰাধৰ বাবে শাস্তি প্ৰদান কৰা ঠাইখন আজি পৰিণত হৈছে এক পদুমনীত। মহানগৰীৰ মাজমজিয়াত কংক্ৰীটৰ দেৱালৰ মাজত …

প্ৰেম, ভাতৃত্ববোধ আৰু একতাৰ বাণীৰে দৰঙত মহিলা সকলৰ সমূহীয়া নামজ

মঙলদৈ, সংবাদ ৩৬৫, ১৬ জুনঃ এমাহ ৰোজা পালনৰ অন্তত শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে শান্তি-সম্প্ৰতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে অসমটো পবিত্র ঈদ-উল-ফিটৰ পালন কৰে। ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত সম্প্ৰীতিৰ এনাজৰি অটুত ৰখাৰ আহ্বান জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঈদগাহ পথাৰত …