বিদ্যুৎ বিভাগৰ চৰম গাফিলতিত মানকাচাৰত উত্তাল প্ৰতিবাদ
মানকাচাৰৰ পৰা আব্দুল্লাহ শেখ, সংবাদ ৩৬৫, ২৬ জুলাইঃ ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰা নে ২৪ ঘন্টাই বিদ্যুৎ অহা-যোৱা কৰা তাক লৈ এতিয়া চিন্তিত ৰাজ্যবাসী। ২৪ ঘন্টাই বিদ্যুৎ যোগান দিবলৈ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা বৰ্তমানৰ বিজেপি চৰকাৰখন উন্নয়নৰ নামত ফোপোলা …