লেংটিছিঙাত এন এছ ইউ আইৰ অভিনব প্ৰতিবাদঃ দুই মন্ত্ৰীৰ প্ৰতীকেৰে নাও খেল প্ৰতিযোগিতা পাতি প্ৰতিবাদ
মানিকপুৰ, ,সংবাদ ৩৬৫, ২৩ জুলাইঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী লেংটিছিঙাত ২ নং ৰাজ্যিক ঘাইপথত জনসাধাৰণৰ যাতায়াতৰ বাবে সূচল কৰাৰ দাবীত আৰু ঘাইপথটোৰ নিৰ্মাণ কাৰ্য লেহেমীয়া হোৱাৰ অভিযোগ তুলি বঙাইগাঁও জিলা এন এছ ইউ আইয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেশৱ …