সোপাধৰাৰ সন্দেহত গুৱাহাটীৰ দুই যুৱকক কাৰ্বি আংলঙত হত্যা
কাৰ্বি আংলঙ, সংবাদ ৩৬৫, ৯ জুনঃ কাৰ্বি আংলঙৰ ডকমকাত শুক্ৰবাৰে নিশা সোপাধৰাৰ সন্দেহত গুৱাহাটীৰ দুজন যুৱকক হত্যা কৰা ঘটনাই সমগ্ৰ ৰাজ্যতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গুৱাহাটী মহানগৰীৰ অভিজিত নাথ আৰু নিলোৎপল দাস নামৰ দুজন যুৱকে কাৰ্বি আংলঙৰ ডকমকাত …