Boxing : আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং : পুৰুষ এলিট শাখাৰ কোৱাৰ্টাৰত অসমৰ ছয় বক্সাৰ
গুৱাহাটী, ১৮ ছেপ্টেম্বৰ, ২০২৪ : গুৱাহাটীত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ পুৰুষৰ এলিটৰ চাৰিটা ওজন শাখাত অসমৰ ছয় গৰাকী খেলুৱৈয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আনহাতে, তৃতীয় ৰাউণ্ডৰ খেলত পৰাস্ত হৈ বিদায় লৈছে অসমৰ নগৰাকী …