Coal Mining : কয়লা কেলেংকাৰীত জড়িতসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে ৰাজ্যপাল-প্ৰধানমন্ত্ৰীলৈ জাতীয় পৰিষদৰ স্মাৰকপত্ৰ
গুৱাহাটী, ২২ জানুৱাৰী, ২০২৫ : অসমৰ অবৈধ কয়লা কেলেংকাৰীৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰসংগত এইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ ৰাজ্যপালৰ সহায় বিচাৰিছে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)। দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ মতে, অবৈধ কয়লা খনন, পৰিবহন, …