মূল্যবৃদ্ধিৰ বিৰুদ্ধে মহানগৰীত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মেঃ পে’ট্ৰল আৰু ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী চাইকেল ৰেলী উলিয়াই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ …

ৰে’লপথ নিৰ্মাণত বাবে বিস্ফোৰণ ঘটাই পাহাৰৰ শিল ভাঙোতে অঘটন

বঙাইগাঁৱৰ পৰা কিশোৰ কুমাৰ দাস, সংবাদ ৩৬৫, ২৯ মেঃ বঙাইগাঁও জিলাৰ দক্ষিণ বইটামাৰীত ৰে’লপথ নিৰ্মাণৰ বাবে বিস্ফোৰণ ঘটাই পাহাৰৰ শিল ভাঙোতে এক সংঘটিত হৈছে। জিলাখনৰ দক্ষিণ বইটামাৰী ৰাখাল ঠাকুৰ পাহাৰত ৰে’লপথ নিৰ্মাণৰ বাবে বিস্ফোৰণ ঘটাই শিল ভাঙোতে এটা প্ৰকাণ্ড শিল …

কলগাছিয়াৰ সাওঁৰাচৰাত বিদ্যুৎ মন্ত্ৰী তপন কুমাৰ গগৈৰ প্ৰতিমুৰ্তি দাহ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৯ মেঃ বৰপেটা জিলাৰ সৰভোগ বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত সাওঁৰাচৰাত বিগত ২৫ দিন ধৰি বিদ্যুৎ নথকাৰ ফলত ৰাইজ ক্ষোভিত হৈ বিদ্যুৎ মন্ত্ৰী তপন কুমাৰ গগৈৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে ৰাজ্য …

চানমাৰিত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আছুৰ গণঅনশন

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যহত থকাৰ সময়তে মঙলবাৰে গুৱাহাটীৰ চানমাৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত আছুসহ ২৮ টা জনগোষ্ঠীয় সংগঠনে গণঅনশনৰ কাৰ্যসূচী ৰূপায়ন কৰে। মঙলবাৰে পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা গণঅনশন কাৰ্যসূচীত আছুসহ অসম …

গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২৯ মেঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদ অব্যহত থকাৰ সময়তে বুধবাৰে গোৱালপাৰা জিলাত গোৱালপাৰা জিলা সাংবাদিক সন্থাই বিধেয়কখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জনাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত …

তামুলপুৰৰ জামুগুৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বায়খো উৎসৱ উদযাপন

বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ২৯ মেঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত জামুগুৰীত মঙলবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বায়খো উৎসৱ উদযাপন কৰা হৈছে। কৃষিজীৱি ৰাভা সকলে পৰম্পৰাগত ভাৱে জেঠ মাহৰ পূৰ্ণিমা তিথিত বায়খো পূজা উদযাপন কৰে। দক্ষিণপৰাৰ গোৱালপাৰা, দূধনৈ, …

কলগাছিয়াৰ খাৰবাল্লিত বিপদ সংকুল যাত্ৰা : কলগছৰ ভূৰ আৰু টুলুঙা নাৱেৰে বিদ্যালয়লৈ যাত্ৰা ছাত্ৰ-ছাত্ৰীৰ

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৮ মেঃ স্বাধীনতাৰ ৬৯ বছৰ পিছতো বৰপেটা জিলাৰ অন্তৰ্গত কলগাছিয়াৰ খাৰবাল্লি গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত সন্মুখীন হৈ আছে চৰম অসুবিধাৰ। খাৰবাল্লি গাঁৱৰ মাজেৰে বৈ যোৱা বেঁকী নৈ’ত বাৰিষা অহাৰ লগে লগে পানী বৃদ্ধি হোৱাৰ …

সৰভোগত ভয়ংকৰ পথ দূৰ্ঘটনাত নিহত এজন

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৮ মেঃ বৰপেটা জিলাৰ সৰভোগ আৰক্ষী চকীৰ অন্তৰ্গত বৰনগৰ ৰাজহ চক্ৰৰ কাৰ্যলয়ৰ সন্মুখত সোমবাৰে দুপৰীয়া এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এএছ-১৫-এল-৯৩১৩ নম্বৰৰ তীব্ৰবেগী মটৰ চাইকেল এখনে পথৰ দাঁতিত থিয় হৈ থকা এজন লোকক …

অতি দৰিদ্ৰ পৰিয়ালৰ নিবিৰ কলিতাই আশাৰ বতৰা কঢ়িয়াই আনিছে মহানগৰীৰ চৰকাৰী বিদ্যালয় সমূহলৈ

গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মেঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছে মহানগৰীৰ এজন দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰই। চৰকাৰী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰি সুনাম কঢ়িয়াই আনিছে নিবিৰ কলিতা নামৰ ছাত্ৰজনে। মহানগৰীৰ জাপৰিগোগ হাইস্কুলত শিক্ষাগ্ৰহণ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ …

নাগৰিকত্ব সংশোধনী বিধয়েক বাতিলৰ দাবীত ৰঙিয়াত উত্তাল প্ৰতিবাদ

ৰঙিয়া, সংবাদ ৩৬৫, ২৮ মেঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ অব্যহত থকাৰ সময়তে সোমবাৰে এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে উত্তপ্ত হৈ পৰে ৰঙিয়া। ৰঙিয়াৰ তুলসীবাৰীত বৈদ্যগড় আঞ্চলিক ছাত্র সন্থাৰ লগতে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ ঐক্যবদ্ধ হৈ নাগৰিকত্ব সংশোধনী …