Football : আজিৰে পৰা একাদশ আই এছ এল ফুটবল প্ৰতিযোগিতা
গুৱাহাটী, ১২ ছেপ্টেম্বৰ, ২০২৪ : প্ৰথমবাৰৰ বাবে ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবলৰ খিতাপ জয় কৰি নতুন ছিজনৰ আৰম্ভণি কৰা নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে কাইলৈৰ পৰা আৰম্ভ হ’বলগা ইণ্ডিয়ান ছুপাৰ লীগ-২০২৪-২৫ (ISL) তো এইবাৰ সুন্দৰ প্ৰদৰ্শন কৰাৰ বাবে সাজু হৈছে৷ লীগত …