Badminton : এককত সিন্ধু-কিৰণৰ লগতে ডাবলছৰ কোৱাৰ্টাৰত ভাৰতৰ চিৰাগ-ৰেংকিৰেড্ডী
নিউজ ডেস্ক ১৬ জানুৱাৰী, ২০২৫ : ভাৰতৰ পি ভি সিন্ধু (P V Sindhu) আৰু কিৰণ জৰ্জে চলিত য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন বি ডব্লিউ এফ ৱল্ডৰ্ ট্যুৰ ছুপাৰ ৭৫০ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ ইফালে, প্ৰথম ছেটত পৰাস্ত …