মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড: জুইৰ মাজত আবদ্ধ এজন
গুৱাহাটী, সংবাদ ৩৬৫, ২৪ জুনঃ মহানগৰীৰ জু-ৰোডত এক বিধ্বংসী অগ্নিকাণ্ডৰ সংঘটিত হৈছে। গণেশগুৰিৰ জু-ৰোডৰ নাৰ্ছাৰীস্থিত নিৰ্বান টাৱাৰত দেওবাৰে সন্ধিয়া প্ৰায় ৫.৩০ বজাত অগ্নিকাণ্ড সূত্ৰপাত হয়। সমগ্ৰ নিৰ্বান টাৱাৰ জুইয়ে আগুৰি ধৰাত অগ্নি নিৰ্বাপক বাহিনীৰ ৪ খনকৈ গাড়ীয়ে জুই নুমোৱাবলৈ চেষ্টা …