আলফাৰ যুদ্ধবিৰতি গোটৰ নেতা জীতেন দত্তৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ: ডিগবৈ আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ
ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১০ মেঃ কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ গৃহিত কৰিব বিচাৰালে প্ৰয়োজনত আকৌ অস্ত্ৰ তুলি লোৱাৰ হুংকাৰ, হাজাৰ হাজাৰ যুৱক পুনৰ ওলাই আহিব বুলি মন্তব্য দিয়াৰ অভিযোগত ডিগবৈ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ পঞ্জিয়ন কৰিছে …