মাটিৰ তলৰ পৰা ওলাল জাপে জাপে অহোম যুগৰ জাঁঠি জুং
শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ১৪ জুনঃ ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত আজিও সিঁচৰিত হৈ আছে বহু পৌৰাণিক সম্পদ৷ বৃহস্পতিবাৰে শিৱসাগৰ জিলাৰ নাজিৰা বামুনপুখুৰী চাহ বাগিচাৰ ২৬ নম্বৰ চেক্টৰ বাগিচাৰ নলা খান্দি থাকোতে মাটিৰ তলৰ পৰা উলাল ১৭৯ খন …