ৰঙিয়াত ৰেলৰ খুন্দাত নিহত এজন
ৰঙিয়া, সংবাদ ৩৬৫, ৮ মেঃ কামৰূপৰ ৰঙিয়া কলেজ সমীপত মঙলবাৰে ৰেলৰ খুন্দাত এজন লোক নিহত হয়। উজনিমুৱা চিফুং এক্সপ্ৰেছৰ খুন্দাত সিদ্ধাৰ্থ কুমাৰ নামৰ এজন লোক থিতাতে নিহত হয়। নিহত সিদ্ধাৰ্থ কুমাৰৰ ঘৰ ৰঙিয়াৰ পিতাম্বৰহাট বজালীত বুলি জানিব পৰা গৈছে। উল্লেখ্য যে …