গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাক ২ বছৰৰ কাৰাদণ্ড
গুৱাহাটী, সংবাদ ৩৬৫, ২১ জুনঃ গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাক কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশে বৃহস্পতিবাৰে ২ বছৰ কাৰাদণ্ড বিহিছে। গুৰ্মিত সিঙ নামৰ হত্যাৰ অভিযুক্ত এজন লোকক আৰক্ষীৰ জিম্মাত নিৰ্যাতন চলোৱাৰ অভিযোগত কামৰূপ জিলা আৰু সত্ৰ ন্যায়াধীশে অমিতাভ সিনহাক …