সোণাই সমষ্টিৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰক হত্যাৰ ভাবুকি প্ৰদান
কাচাৰ, সংবাদ ৩৬৫, ১২ জুনঃ কাচাৰ জিলাৰ সোণাই সমষ্টিৰ বিজেপি বিধায়ক আমিনুল হক লস্কৰক পত্ৰযোগে হত্যাৰ ভাবুকি প্ৰদানৰ কথা পোহৰলৈ অহাৰ পিছত সমগ্ৰ কাচাৰত চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে ৯ জুন তাৰিখে সোণাই সমষ্টিৰ বিধায়ক গৰাকীয়ে ডাকযোগে এক ভাবুকি …