তমিজ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত পথ অৱৰোধ

বাক্সা, সংবাদ ৩৬৫, ২ মেঃ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ দ্বাৰকুছিত এবিএমছু, আক্রছু আৰু কলিতা জনগোষ্ঠীৰ পথ অৱৰোধ  তমিজ আলীৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। যোৱা ৭ এপ্ৰিলত বাক্সাৰ দ্বাৰকুছিত পথৰ দাঁতিত কোনো দুৰ্বৃত্তই …

নৰেন্দ্ৰ মোদী মূৰ্দাবাদ ধ্বনিৰে উত্তাল ডিগবৈ

ডিগবৈ সংবাদতা বিজয় সূত্ৰধাৰ,সংবাদ ৩৬৫, ২ মেঃ  আহোম ৰাজত্বৰ ঐতিহ্যমণ্ডিত প্ৰাচীন কৃতিচিহ্ন সমূহ কেন্দ্ৰীয় চৰকাৰে বহিৰাগত প্ৰতিষ্ঠানক গতাবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে বুধবাৰে উত্তাল হৈ পৰে তৈলনগৰী ডিগবৈ৷ ডিগবৈৰ টিংৰাইত বুধবাৰে দিনৰ ভাগত টাই আহোম যুৱ পৰিষদ, অসম অনুসুচিত জাতি যুৱ ছাত্ৰ …

গোৱালপাৰাত উৰিল আৰৱী ভাষাত আইএছ লিখা ক’লা পতাকা

গোৱালপাৰাৰ পৰা জাহিদুল ইছলাম, সংবাদ ৩৬৫, ২ মেঃ গোৱালপাৰা জিলাৰ কাছাৰী ঘাটত বুধবাৰে পুৱা ভাগত আৰৱী ভাষাত আইএছ লিখা ক’লা পতাকাকলৈ চাঞ্চল্য সৃষ্টি হয়। গোৱালপাৰা চহৰৰ কাছাৰী ঘাটত থকা গোৱালপাৰা নগৰ আৰক্ষী চকীৰ পিছফালে নদীৰ পাৰত এখন গছত আৰৱী ভাষাত আইএছ …

ধুবুৰীত ধৰ্ষণৰ বলি হল এগৰাকী নাবালিকা

ধুবুৰী, সংবাদ ৩৬৫, ২ মেঃ ধুবুৰী জিলাৰ বিলাসীপাৰাত কিছুদিনপূৰ্বে এগৰাকী কণমানি শিশুক ধৰ্ষণ কৰি নিৰ্মম ভাবে হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই মঙলবাৰে পুনৰ আন এক ধৰ্ষণকাণ্ড সংঘটিত হয়। ধুবুৰী জিলাৰ পঞ্চুঘাটত একে গাঁৱৰে বিপিন ৰায় নামৰ এজন লোকে নিশাৰ ভাগত ঘৰত …

ৰাইজৰ দাবীৰ প্ৰতি কাণসাৰ নাই জনপ্ৰতিনিধিৰ: স্বাধীনতাৰ ৭১ বছৰ পিছতো নহল এখন দলং

বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১ মেঃ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰবৰ্তী প্ৰতিখন চৰকাৰে উন্নয়নৰ ফটাঢোল বজাই আহিলেও ৰাজ্যৰ বহু অঞ্চল এতিয়াও উন্নয়নৰ সামান্যতমো দৃশ্যমান হোৱা নাই। নিৰ্বাচনৰ প্ৰাকক্ষনত প্ৰতিগৰাকী প্ৰাৰ্থীয়ে বিভিন্ন অঞ্চল সমূহলৈ গৈ সৰ্বত দিশত উন্নয়নৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও …

মে’ দিৱসৰ দিনা মটৰ পৰিবহণ শ্ৰমিক ইউনিয়নৰ সদস্যৰ ৰাজপথত তাণ্ডৱ 

গুৱাহাটী, সংবাদ ৩৬৫, ১ মেঃ মে দিৱসৰ দিনা নিজকে মটৰ পৰিবাহন শ্ৰমিক ইউনিয়নৰ সদস্য বুলি পৰিচয় দি একাংশ লোকে মহানগৰীৰ নুনমাটি নাৰেংগীৰ ঘাইপথটোত যান বাহনৰ চলাচল বন্ধ কৰি তাণ্ডৱৰ সৃষ্টি কৰে। উল্লেখ্য যে, মঙলবাৰে পুৱাৰ ভাগৰে পৰা একাংশ উদণ্ড যুৱকৰ দলে …

সামৰণি পৰিল বৰনদীঝাৰ “সমাজ কল্যাণ প্ৰগতি সংঘৰ” ৰঙালী বিহুৰ সোণালী জয়ন্তী অনুষ্ঠান

আন্ধেৰীঘাটৰ পৰা দিপজ্যোতি ডেকা, সংবাদ ৩৬৫, ১ মেঃ  বৰনদীঝাৰ সমাজ কল্যাণ প্ৰগতি সংঘৰ সোণালী জয়ন্তী ৰঙালী বিহুৰ অনুষ্ঠানৰ সফল সামৰণি পৰে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি সংঘৰ পতাকা উত্তোলন কৰে সংঘৰ সভাপতি ভৰত চন্দ্ৰ ৰাজবংশীয়ে, পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হোৱা প্ৰথম দিনৰ …

মিৰ্জাত জব্দ ১ কৌটি টকা মূল্যৰ চিগাৰেট

মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ১ মেঃ দক্ষিণ কামৰূপৰ মিৰ্জাত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ১ কৌটি টকা মূল্যৰ ৮৯ টা চিগাৰেটৰ কাৰ্টুন জব্দ কৰিবলৈ সক্ষম হয়। মিৰ্জাৰ মিলনপুৰত মণি পান দোকানীৰ গুদামত আৰক্ষীয়ে চিগাৰেটৰ কাৰ্টুন কেইটা জব্দ কৰে। উল্লেখ্য যে, …

নলবাৰীত মদ, ভাং, ড্ৰাগছৰ বিৰুদ্ধে মাৰ বান্ধি ওলাই আহিল মহিলা সমাজ

নলবাৰীৰ পৰা কৈলাশ দাস, সংবাদ ৩৬৫, ৩০ এপ্ৰিলঃ নলবাৰী জিলাৰ বিভিন্ন অঞ্চলত বৃদ্ধি পাবলৈ ধৰা মদ, ভাং আৰু ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ৰ ফলত জিলাখনৰ যুৱ প্ৰজন্ম ধ্বংসৰ দিশে গতি কৰিছে। যুৱ প্ৰজন্মক নিচাৰ গ্ৰাসৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে সোমবাৰে সন্ধিয়া নলবাৰী জিলাৰ সোণপুৰত …

আমিনুল হক লস্কৰক মন্ত্ৰীসভাত স্থান দিয়াৰ দাবীত মুণ্ডণ কৰি প্ৰতিবাদ

সোনাই, সংবাদ ৩৬৫, ৩০ এপ্ৰিলঃ সোনাইৰ বিধায়ক আমিনুল হক লস্কৰক মন্ত্ৰীসভাত স্থান নিদিয়াত কাছাৰৰ সোনাইত আমিনুল হক লস্কৰৰ সমৰ্থক সকলে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে৷ আমিনুল হক লস্কৰৰ সমৰ্থক সকলেৰ লগতে শতাধিক ৰাইজে বিধায়ক গৰাকীক মন্ত্ৰীসভাত স্থান নিদিয়াৰ প্ৰতিবাদত মুণ্ডন কৰি …