কুখ্যাত ড্ৰাগছ মাফিয়া দেৱজিৎ দহোতীয়া কাকপথাৰ আৰক্ষীৰ জালত
কাকপথাৰ, সংবাদ ৩৬৫, ১০ জুনঃ তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰক্ষীয়ে এক বিশেষ সুত্ৰৰ পম খেদি দেওবাৰে কুখ্যাত ড্ৰাগছ মাফিয়া দেৱজিৎ দহোতীয়াক আটক কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে দেৱজিৎ দহোতীয়া কেইবাবছৰ ধৰি ড্ৰাগছ, কানিৰ লগতে বিভিন্ন নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ লগত …