ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ মহানগৰী গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুধবাৰে দুপৰীয়া অহা ধুমুহাই তাণ্ডৱ সৃষ্টি কৰে। দুপৰীয়াৰ ভাগত আহ ধুমুহাৰ ফলত সমগ্ৰ গুৱাহাটী মহানগৰীৰ ধূলিৰে আৱৰি পৰে। গুৱাহাটীৰ সমীৱৰ্তী দক্ষিণ কামৰূপৰ আজাৰ, মিৰ্জা, বিজয় নগৰত …

মহানগৰীৰ বেলতলাত বৃহৎ পৰিমাণৰ ফেঞ্চিডাইল জব্দ

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে বুধবাৰে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ফেঞ্চিডাইল জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা ফেঞ্চিডাইলৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে, বশিষ্ঠ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা …

বিধায়ক ৰূপজ্যোতি কুৰ্মী বন সুৰক্ষাৰ দাবীত নামিল প্ৰতিবাদত

মৰিয়নী, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ যোৰহাট জিলাৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বন সুৰক্ষাৰ দাবীত বুধবাৰে সাব্যস্ত কৰে প্ৰতিবাদ। যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ ভিতৰত থকা মূল্যবান গছ সমূহ বন মাফিয়া আৰু দুস্কৃতিকাৰীয়ে কাটি তহিলং কৰাত মৰিয়নীৰ বিভিন্ন দল সংগঠন …

বৰপেটাৰ বৰকাণা বিললৈ আগমন ‘স্পট বিল পেলিকান’ৰ

চিৰাং, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিত থকা কাপলা, বৰকাণা, তাভা, ৰৌমাৰিকে ধৰি বিভিন্ন বিলসমূহত শীতৰ আগমনৰ লগে লগে প্রতিবছৰে বিভিন্ন প্রজাতিৰ পৰিভ্ৰমী চৰাই আহি উপস্থিত হয়। এই পৰিভ্ৰমী চৰাইবোৰ কিছু সময় ইয়াৰ বিলত অতিবাহিত কৰি পুনৰ উভতি যায় এক …

চিৰাং জিলাত সপ্তাহযোৰা ২৯তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উদযাপন

চিৰাং, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ ২৯ তম ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে বুধবাৰে পুৱাৰে পৰা চিৰাং জিলাৰ বিভিন্ন স্থানত জিলা পৰিবহন বিভাগ, জিলা প্ৰশাসন আৰু জিলা আৰক্ষীয়ে যৌথভাৱে বিভিন্ন কাৰ্যসুচী ৰূপায়ন কৰে। জিলাখনৰ ছাপাগুৰি অঞ্চল জিলা পৰিবহন বিভাগে পথ সুৰক্ষা সপ্তাহ …

ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাত আৰক্ষীৰ তদন্ত

ধুবুৰী, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ  ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাত মঙলবাৰে নিশা ধুবৰী আৰক্ষীয়ে হঠাৎ তদন্ত চলায়। ধুবৰী আৰক্ষীয়ে নিশা এঘাৰ বজালৈ ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাত চৰম দুৰ্নীতি অভিযোগত তদন্ত চলায়। ভাৰতীয় ষ্টেট বেংকৰ ধুবৰী শাখাৰ পৰা এটিএম’ত টকা যোগান দি …

সোণাপুৰত কাঠফুলা খেতিৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি 

সোণাপুৰ, সংবাদ ৩৬৫, ২৪ এপ্ৰিলঃ  কাঠফুলা খেতিৰ জড়িয়তে  নিবনুৱা সকলক কৰ্মসংস্থাপন দিয়াৰ লগতে আৰ্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ উদ্দেশ্যে মঙলবাৰে মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰৰ মৰংগাবাৰীত কাঠফুলা শিক্ষা তথা উৎপাদন কেন্দ্ৰৰ  শুভদ্ধোধন কৰে ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব এম.জি.ভি.কে. ভানুৱে। “মাচৰুম ডেভেলপমেন্ট ফাউন্ডেচনৰ” উদ্যোগত আৰু …

মাৰ্ঘেৰিটাত বন্ধুৰ লগত মিলি প্ৰেমিকে কৰিলে ১৪ বছৰীয়া প্ৰেমিকাক ধৰ্ষণ

মাৰ্ঘেৰিটা, সংবাদ ৩৬৫, ২৪ এপ্ৰিলঃ ৰাজ্যত এটাৰ পিছত আনটো যৌন নিৰ্যাতন আৰু ধৰ্ষণকাণ্ড সংঘটিত হৈ থকাৰ সময়তে ৰাজ্যত এইবাৰ প্ৰেমিকে বন্ধুৰ লগত মিলি ধৰ্ষণ কৰিলে প্ৰেমিকাক। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত যোৱা ১৬ এপ্ৰিলৰ নিশা এগৰাকী কিশোৰী বিহু সন্মিলন উপভোগ কৰি প্ৰেমিক ৰিকেশ …

মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত ৰাষ্ট্ৰীয় পঞ্চায়ত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসুচী

মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৪ এপ্ৰিলঃ  মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত প্ৰধানমন্ত্ৰী গ্ৰাম স্বৰাজ, পোষণ অভিযানৰ ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস মঙলবাৰে বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত কৰা হয়। ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৭ নং ৰাণী গাওঁ পঞ্চায়তৰ সহযোগত ৰাণী বজাৰগৃহত …

কলগাছিয়াত দলং নিৰ্মাণক কেন্দ্ৰ কৰি উত্তেজনা

কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৪ এপ্ৰিলঃ বৰপেটা জিলাৰ কলগাছিয়াৰ সৰভোগ গ্ৰাম্য পথ উপ সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়া খাৰবাল্লী পথৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণক কেন্দ্ৰ কৰি মঙলবাৰে এক উত্তেজনাৰ সৃষ্টি হয়। পুৰনা কাঠেৰে দলং নিৰ্মাণ কৰাত স্থানীয় ৰাইজ ক্ষুদ্ধ …