Football : ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট মেচৰ সূচী ঘোষণা
নিউজ ডেস্ক, ১৮ আগষ্ট, ২০২৪ : অসমৰ কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত অহা ২১ আগষ্টত চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেল অনুষ্ঠিত হ’ব৷ দিনৰ চাৰি বজাত হ’বলগা এই মেচত গ্ৰুপ ‘ই’ৰ চেম্পিয়ন তথা আই …