Radisson Blu : ৰেডিছন ব্লু গুৱাহাটীত খ্ৰীষ্টমাছ ট্ৰি আলোক অনুষ্ঠানৰ আয়োজন
গুৱাহাটী, ২৩ ডিচেম্বৰ, ২০২৪ : উৎসৱমুখৰ পৰিৱেশত এক নতুন মাত্ৰা সংযোজন কৰি ৰেডিচন ব্লু গুৱাহাটীত আয়োজন কৰে এক ভব্য খ্ৰীষ্টমাছ ট্ৰি (Christmas Tree) আলোক অনুষ্ঠানৰ। এই মনোমোহা অনুষ্ঠানত অতিথিসকলৰ বাবে এক উষ্ম, আনন্দময় আৰু হৃদয়স্পৰ্শী পৰিৱেশৰ সৃষ্টি হয়। এই অনুষ্ঠানত …