কোকৰাঝাৰত সেনা বাহিনীৰ উগ্ৰপন্থী বিৰোধী অভিযান
কোকৰাঝাৰ, সংবাদ ৩৬৫, ২৩ এপ্ৰিলঃ কোকৰাঝাৰ জিলাত ভাৰতীয় সেনাই এনডিএফবি(এছ)’ৰ দুৰ্ধৰ্ষ কেডাৰ কে বাখাৰ বিৰুদ্ধে চলাইছে অভিযান, সেনাৰ প্ৰায় ৪০০ জোৱানে জিলাখনৰ বিভিন্ন স্থানৰ লগতে মানাহৰ বনাঞ্চল আৰু চিৰাং জিলাৰ ৰিপু বনাঞ্চলৰ গভীৰ অৰণ্যত কে বাখাক বিচাৰি অভিযান চলাইছে। এনডিএফবি(এছ) দুৰ্ধৰ্ষ …