বাক্সাৰ কুমাৰীকাটাত বিটিচিৰ অধীনত ভূমিৰ পাট্টা প্ৰদান
বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ৫ মেঃ বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটা মহকুমাৰ অন্তৰ্গত গনেশগুৰীত ফৰেষ্ট লেণ্ডত বসবাস কৰি থকা লোক সকলক শনিবাৰে বিটিচি চৰকাৰৰ দ্বাৰা ভূমিৰ পাট্টা প্ৰদান কৰা হয়। ১৯৮৯ চনত নাগালেণ্ডৰ পৰা পলাই আহি অসমৰ ভাৰত ভূটান …