Football : ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰত বাংগালুৰু এফ চি
নিউজ ডেস্ক, ১৩ আগষ্ট, ২০২৪ : চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ আজি কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগনত অনুষ্ঠিত দিনটোৰ প্ৰথম খেলখনত মহমেদান স্পৰ্টিং ক্লাবে একমাত্ৰ গলত ভাৰতীয় নৌ সেনাৰ ফুটবল দলক পৰাস্ত কৰে৷ বিজয়ী দলৰ …