Football : মহমেদানৰ লগত ড্ৰ খেলি তৃতীয় স্থানলৈ উন্নীত নৰ্থইষ্ট ইউনাইটেড
গুৱাহাটী, ৪ জানুৱাৰী, ২০২৫ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগ (ISL)ৰ শুকুৰবাৰে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত খেলা নতুন বছৰৰ প্ৰথমখন মেচত মহমেদান এছ চিৰ বিৰুদ্ধে গ’লশূণ্য ড্ৰ খেলি পইণ্ট তালিকাৰ তৃতীয় স্থানলৈ উত্তৰণ কৰিছে৷ …