অভয়াপুৰীৰ লতিবাৰীত বিধ্বংশী অগ্নিকাণ্ড:৭টাকৈ বাসগৃহ ভস্মীভূত
বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২৯ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপবৰ্তী লতিবাৰীত দেওবাৰে পুৱা সংঘটিত হোৱা এক অগ্নিকাণ্ডত ৭টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। প্ৰাপ্ত তথ্য মতে বঙাইগাঁও জিলাৰ অভয়াপুৰী থানাৰ অন্তৰ্গত লতিবাৰীত দেওবাৰে পুৱা প্ৰায় ৭ বজাত সংঘটিত হোৱা …