সোনোৱাল মন্ত্ৰীসভা সম্প্ৰসাৰণৰ পিছতে দলত বিদ্ৰোহ
গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিলঃ ৰাজভৱনৰ দৰবাৰ হলত বৃহস্পতিবাৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৭ গৰাকী নতুন মন্ত্ৰীক শপত বাক্য পাঠ কৰাই সোনোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাৰ পিছতে বিজেপি দলত বিদ্ৰোহ দেখিবলৈ পোৱা যায়। সোনোৱাল মন্ত্ৰীসভাত স্থান নাপাই ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে বিজেপিৰ গুৰুত্বপূৰ্ণ …