এনআৰচি’ৰ পুনৰীক্ষণ প্ৰক্ৰিয়াই পুনৰ মিলন ঘটালে
ৰঙিয়া, সংবাদ ৩৬৫, ১৭ মাৰ্চ: ৰঙিয়া চহৰত এনআৰচি’ৰ বাবে পুনৰ ৩০ বছৰৰ মূৰত মিলন ঘটিল তিনি পৰিয়ালৰ। এনআৰচি’ৰ পুনৰীক্ষণ প্ৰক্ৰিয়াই দুই ভাতৃৰ লগতে ভতিজাৰ মিলন ঘটালে ৰঙিয়া চহৰত। তিনি দশকৰ পিছত তিনি পৰিয়ালৰ মিলন ঘটাত আবেগিক হৈ পৰে পৰিয়ালৰ সদস্য …