বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা আৰু নাই
গুৱাহাটী, সংবাদ ৩৬৫, ৭ এপ্ৰিলঃ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক মুনিন বৰুৱা আৰু নাই। শুক্ৰবাৰে নিশা কাহিলিপৰাৰ ভগদত্তপুৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় চলচ্চিত্ৰ পৰিচালক গৰাকীৰ। মুনিন বৰুৱা এগৰাকী জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ পৰিচালক হিচাবে অসমীয়া সাংস্কৃতিক জগতত এক পৰিচিত নাম। …