Kaziranga : কাজিৰঙাৰ উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণৰ দিয়াৰ দাবী আপৰ

গুৱাহাটী, ৯ আগষ্ট, ২০২৪ : কাজিৰঙাৰ উচ্ছেদিত পৰিয়ালক ক্ষতিপূৰণৰ দিয়াৰ দাবী আপৰ (Aap)।পঞ্চতাৰকা হোটেল নিৰ্মাণৰ নামত উচ্ছেদ কৰা হৈছিল আদিবাসী চাহ জনগোষ্ঠীৰ লোকক। আটছা কৰ্মীৰ ওপৰত চলোৱা আৰক্ষীৰ নিৰ্যাতনৰ তদন্তৰ দাবী। বাগিচা অঞ্চলত বসবাস কৰা আদিবাসী চাহ জনগোষ্ঠীৰ লোকক মাটিৰ …

Man-Elephant Conflict : বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এগৰাকী যুৱতীৰ

বাক্সা, ৮ আগষ্ট, ২০২৪ : ৰাজ্যত পুনৰ সংঘটিত হৈছে বনৰীয়া হাতী আৰু মানুহৰ মাজত সংঘাত। এইবাৰ বনৰীয়া হাতীৰ (Wild Elephant) আক্ৰমণত নিহত এগৰাকী যুৱতী। পাগলাদিয়া নৈৰ সুতি গা ধুবলৈ যোৱা যুৱতী গৰাকীক আক্ৰমণ কৰে এটা দাতাল হাতীয়ে। যুৱতী গৰাকীক চিকিৎসালয়লৈ …

Football : ডুৰাণ্ড কাপ অসম ৰাইফলছৰ বিৰুদ্ধে ইণ্ডিয়ান আৰ্মিৰ জয়লাভ

নিউজ ডেস্ক ৭ আগষ্ট, ২০২৪ : চলিত ১৩৩ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ (Durand Cup) ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত প্ৰথমখন খেলত ইণ্ডিয়ান আৰ্মিৰ ফুটবল দলে ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰে আছাম ৰাইফলছ দলক৷ জামছেদপুৰৰ জে আৰ ডি টাটা ক্ৰীড়া প্ৰকল্পত …

Smart City : স্মাৰ্ট চিটীৰ নামত গুৱাহাটীত ৮০২ কোটি টকা ক’ত ব্যয় কৰিলে? শ্বেতপত্ৰ প্ৰকাশৰ দাবী কংগ্ৰেছৰ

গুৱাহাটী, ৭ আগষ্ট, ২০২৪ : গুৱাহাটীত কৃত্ৰিম বানত (Artificial Flood) গাড়ী আৰু আন সম্পত্তি নষ্ট হোৱা লোকসকলক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে অসম প্ৰদেশ কংগ্ৰেছে। গুৱাহাটীত বানত অৱৰুদ্ধ হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰী আৰু সকলো মন্ত্ৰী পৰিষদে এচি ৰুমত বহি দলীয় পৰ্যালোচনা …

Artificial Flood : মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ প্ৰতিবাদ

গুৱাহাটী, ৬ আগষ্ট, ২০২৪ : মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত ব্যৰ্থতাৰ বিৰুদ্ধে আপৰ (Aap) প্ৰতিবাদ। মুখ্যমন্ত্ৰী, গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ পদত্যাগ দাবী আপৰ নেতাৰ। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানত চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে মঙলবাৰে আম আদমি পাৰ্টীৰ বহুসংখ্যক নেতা, কৰ্মীয়ে …

Grotto : উত্তৰ-পূব ভাৰতত উপস্থিতি সম্প্ৰসাৰণৰ লক্ষ্য গ্ৰ’ট’ৰ

গুৱাহাটী, ৬ আগষ্ট, ২০২৪ : উত্তৰ-পূব ভাৰতৰ (North East India) বজাৰত নিজৰ ব্যৱসায়ৰ প্ৰসাৰ ঘটাবলৈ সাজু হৈছে বাথৱেৰ আৰু চেনিটেৰীৱেৰ সামগ্ৰীৰ অগ্ৰণী বিলাসী ব্ৰেণ্ড গ্ৰ’ট’ৱে। আগন্তুক তিনিমাহত কোম্পানীটোৱে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তৰ চহৰসমূহৰ ডিলাৰ আউটলেটৰ জৰিয়তে নিজৰ সামগ্ৰী বিতৰণ কৰাৰ পৰিকল্পনা …

Bangladesh Crisis : ২৬ বছৰীয়া এজন যুৱকৰ বাবে বাংলাদেশত পতন গ’ল শ্বেখ হাছিনাৰ চৰকাৰৰ

নিউজ ডেস্ক, ৬ আগষ্ট, ২০২৪ : ২৬ বছৰীয়া এজন যুৱকৰ বাবে বাংলাদেশত (Bangladesh) পতন গ’ল শ্বেখ হাছিনাৰ চৰকাৰৰ। এই ২৬ বছৰীয়া যুৱকজনে শেষ কৰি দিলে শ্বেখ হাছিনাৰ ৰাজনৈতিক ভৱিষ্যত। বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক ক্ষমতাৰ পৰা আঁতৰাই দেশ এৰি যাবলৈ বাধ্য …

Bangladesh : বাংলাদেশৰ অস্থিৰতাৰ সুযোগত অসমলৈ হ’ব পাৰে অনুপ্ৰৱেশ : অসম জাতীয় পৰিষদ

গুৱাহাটী, ৫ আগষ্ট, ২০২৪ : চুবুৰীয়া দেশৰ পৰিস্থিতিক লৈ অসমতো উদ্বিগ্নতা, অসম-বাংলা সীমান্ত (Assam-Bangladesh Boarder) ছীল নোহোৱাৰ সুযোগ অনুপ্ৰৱেশকাৰীয়ে লোৱাৰ আশংকা। বাংলাদেশৰ অস্থিৰতাৰ সুযোগত অসমলৈ হ’ব পাৰে অনুপ্ৰৱেশ, সীমান্তৰ নিৰাপত্তা কটকটীয়া কৰাৰ দাবী অসম জাতীয় পৰিষদৰ। বিজেপি চৰকাৰৰ ব্যৰ্থতাই বঢ়াইছে …

Bangladesh : পদত্যাগ কৰি দেশ এৰিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা

নিউজ ডেস্ক, ৫ আগষ্ট, ২০২৪ : বাংলাদেশত চৰকাৰ বিৰোধী প্ৰতিবাদৰ মাজতে সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতি এতিয়া অধিক তীব্ৰতৰ হৈ পৰিছে। পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰাত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই (Seikh Hasina) দেশ এৰি গৈছে। খবৰ অনুসৰি শ্বেখ হাছিনাইও প্ৰধানমন্ত্ৰীৰ পদৰ …

NF Railway : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীৰ দ্বাৰা ১৯ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ 

নিউজ ডেস্ক, ৪ আগষ্ট, ২০২৪ : ৰে’লত নিষিদ্ধ আৰু চোৰাং সামগ্ৰী কঢ়িয়াই নিয়াৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে চলিত বৰ্ষৰ জুলাই মাহৰ সময়ছোৱাত ১.৬৩ কোটি টকাৰো অধিক মূল্যৰ নিষিদ্ধ সামগ্ৰী উদ্ধাৰ কৰে। ৰে’লৱে সুৰক্ষা বাহিনীয়ে …