Aap : সভাপতিৰ দায়িত্ব গ্ৰহণৰ পিছতে আপৰ কাৰ্যকৰ্তা সভাত মনোজ ধানোৱাৰ
গুৱাহাটী, ২২ ছেপ্টেম্বৰ, ২০২৪ : “ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনত (Panchayat Election) আম আদমি পাৰ্টীয়ে অন্য কোনো দলৰ সৈতে বুজাবুজি নকৰে। ইয়াৰ বিপৰীতে অসমৰ ৰাইজৰ সৈতে বুজাবুজি কৰি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আপে। আপৰ নেতা-কৰ্মী সকলৰ বাবে এই নিৰ্বাচন হ’ব …