Aap : আপ, অসমৰ কাৰ্যালয়ত স্বাধীনতা দিৱস উদযাপন
গুৱাহাটী, ১৫ আগষ্ট, ২০২৪ : দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস (Independence Day) উপলক্ষে আজি গণেশগুৰিস্থিত আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচী ৰূপায়ন কৰা হয়। আৰম্ভণিতে পুৱা ৯-৩০ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। পতাকা …