Football : দেওবাৰে গুৱাবাটীত নৰ্থ ইষ্ট ইউনাইটেড আৰু মোহন বাগানৰ মাজত হাইভল্টেজ মেচ
গুৱাহাটী, ৭ ডিচেম্বৰ, ২০২৪ : নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে চলিত একাদশ ইণ্ডিয়ান ছুপাৰ লীগত (ISL) দেওবাৰে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’বলগা মেচত মোহন বাগান ছুপাৰ জায়েণ্টৰ মুখামুখি হ’ব৷ ইয়াৰপূৰ্বে কলকাতাত খেলা প্ৰথম লেগৰ মেচত মোহন …